Invest In LICI

Invest In LICI

Share

We are looking forward to give you best service and support through our dedicated and sincere LIC AGENT. We provide all kinds of LICI related services.

23/05/2025

❤️💙EMPLOYMENT/JOB OPPORTUNITIY 💛

LICI য়ে মহিলা প্ৰাৰ্থীৰ বাবে এতিয়ালৈ আগবঢ়োৱা আটাইতকৈ আকৰ্ষণীয় সুযোগ। কামৰ বিষয়ে বা যোগদান প্ৰক্ৰিয়াৰ বিষয়ে সবিশেষ তথ্যৰ বাবে 7002741495 নম্বৰত ফোন বা Whatsapp কৰিব পাৰে।

21/05/2024

🟡🔵 🟥 *নিয়োগ বাৰ্তা* 🟥 🔵🟡
*LIC অভয়াপুৰী শাখাত এক বৃহৎ অভিকৰ্তা ( Insurance Advisor) নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। কৰ্মসন্ধানী নিবনুৱা আৰু অতিৰিক্ত উপাৰ্জনৰ পথ বিচাৰি হাবাথুৰি খোৱা সকলৰ বাবে ই এক সোণালী সুযোগ। অহা ২৬ মে ২০২৪ তাৰিখৰ ভিতৰত যোগাযোগ কৰা সকলোকে অতি সহজ বাচনি প্ৰক্ৰিয়াৰ জৰিয়তে এজেন্সী লাইসেন্স প্ৰদান কৰা হব। যোগাযোগ নম্বৰঃ 7002741495 ( Mobile/Whatsapp)*

07/04/2024

⭐⭐⭐বিশ্বৰ ১ নম্বৰ ইঞ্চুৰেঞ্চ ব্ৰেণ্ড LIC of INDIA ৰ এজেন্সী দি থকা হৈছে। সুযোগ গ্ৰহণ কৰি আকৰ্ষণীয় উপাৰ্জন কৰক। দৈনিক মোবাইলত যিমান সময় অপচয় কৰে তাতকৈ কম সময় কাম কৰিলেও ভাল উপাৰ্জন কৰিব পাৰি।
🔵🟡যোগাযোগ নম্বৰঃ 7002741495 (Call/Whatsapp)

15/08/2023

🟡🔵 🟥 *নিয়োগ বাৰ্তা* 🟥 🔵🟡
LIC অভয়াপুৰী শাখাত RCA ( Rural Career Agent) নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। কৰ্মসন্ধানী নিবনুৱা আৰু অতিৰিক্ত উপাৰ্জনৰ পথ বিচাৰি হাবাথুৰি খোৱা লোকসকলৰ বাবে ই এক সোণালী সুযোগ। 🌟🌟🌟

🔵🟡আৰম্ভণিৰ পৰা ৫০০০ টকা মাহিলী ভাট্টাৰ সুবিধা।

⏰⏰অহা ২০ আগষ্ট তাৰিখৰ ভিতৰত আবেদন কৰা সকলোকে অতি সহজ বাচনি প্ৰক্ৰিয়াৰ পিছত LIC ৰ প্ৰতিষ্ঠা দিৱস অৰ্থাৎ ১ চেপ্তেম্বৰ তাৰিখে নিযুক্তি পত্ৰ দিয়াৰ পৰিকল্পনা কৰা হৈছে ।

📞📞বিতং তথ্যৰ বাবে যোগাযোগ নম্বৰঃ 7002741495 ( Mobile/Whatsapp)

13/06/2023

🟡🔵 🟥 *নিয়োগ বাৰ্তা* 🟥 🔵🟡
*LIC অভয়াপুৰী শাখাত এক বৃহৎ অভিকৰ্তা ( Insurance Advisor) নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। কৰ্মসন্ধানী নিবনুৱা আৰু অতিৰিক্ত উপাৰ্জনৰ পথ বিচাৰি হাবাথুৰি খোৱা সকলৰ বাবে ই এক সোণালী সুযোগ। অহা ২০ জুন তাৰিখৰ ভিতৰত যোগাযোগ কৰা সকলোকে অতি সহজ বাচনি প্ৰক্ৰিয়াৰ জৰিয়তে এজেন্সী লাইসেন্স প্ৰদান কৰা হব। যোগাযোগ নম্বৰঃ 7002741495 ( Mobile/Whatsapp)*

27/05/2023

শুই বহি উপাৰ্জন কৰিব পাৰি বুলি ভৱা সকলে যোগাযোগ নকৰিব...

09/03/2023

যদি আপোনাৰ বৰ্তমানৰ উপাৰ্জন আপোনাৰ সুচল জীৱন যাপনৰ বাবে যথেষ্ট নহয়, তেন্তে এয়াই উপযুক্ত সময় এটি নতুন উপাৰ্জনৰ ব্যৱস্থা কৰাৰ। অপেক্ষাই সমস্যাৰ সমাধান আনিব নোৱাৰে। কেৱল কৰ্ম কৰি উপাৰ্জন কৰিলেহে বিত্তীয় সমস্যাৰ সমাধান হব। LIC ত এজেন্ট হিচাপে কাম কৰি হিচাপে আপোনাৰ দ্বিতীয় উপাৰ্জনৰ পথ তৈয়াৰ কৰা অতি সহজ। নতুন বিত্তীয় বৰ্ষত নতুন উপাৰ্জনৰ ব্যৱস্থা কৰক। কাম আৰম্ভ কৰিবলৈ 7002741495 নম্বৰত Whatsapp বা Phone কৰক।

অৰ্হতা- মেট্ৰিক পাচ বয়স- 18 বছৰতকৈ অধিক

23/11/2022

👉👉AGENT RECRUITMENT CAMPAIGN AT LICI, ABHAYAPURI OFFICE is going on...

✍️✍️Apply before 05-12-2022

📞📞Contact for registration and inquiry:
7002741495. (call or WhatsApp)

23/09/2022

সুখবৰ !!! ৰাইজৰ মাজত ভাৰতীয় জীৱন বীমা নিগম(LICI) ৰ পলিচি বিক্ৰী তথা আনুসংগিক সেৱা আগবঢ়াবৰ বাবে ৩০ জন ব্যক্তিক এজেন্ট হিচাপে নিযুক্তি দিয়া হব। সকলোৱে নিজৰ কৰ্ম অনুসৰি উপাৰ্জন কৰিব পাৰিব (কমিচন হিচাপে)। ১৮ বছৰ সম্পূৰ্ণ হোৱা আৰু HSLC পাছ কৰা সকলো আগ্ৰহী ব্যক্তিয়ে নিজৰ নাম, ঠিকনা আৰু ফোন নম্বৰ অহা ২৮ চেপ্তেম্বৰৰ ভিতৰত fb message / WhatsApp (7002741495) কৰি দিয়ক বা 7002741495 নম্বৰত ফোন কৰক।আমাৰ তৰফৰ পৰা আপোনাক যোগাযোগ কৰি বিতংকৈ জাননী দিয়া হৱ।

09/09/2022
06/09/2022

For application in Abhayapuri and Bongaigaon call or Whatsapp @7002741495

Want your business to be the top-listed Furniture Store in Abhayapuri?

Click here to claim your Sponsored Listing.

Location

Website

Address

Abhayapuri
783384